SLPRB

" CANDIDATES NOT HAVING DISABILITY CERTIFICATE ISSUED BY JOINT DIRECTOR, HEALTH SERVICES, MAY ALSO APPLY. THE DISABILITY CERTIFICATE MAY BE SUBMITTED ON A LATER DATE TO BE FIXED BY SLPRB "


" যিসকল প্ৰাৰ্থীৰ স্বাস্থ্য সেৱাৰ যুটীয়া পৰিচালকৰ দ্বাৰা জাৰি কৰা অক্ষমতাৰ প্ৰমাণপত্ৰ নাই, তেওলোকেও আবেদন কৰিব পাৰিব । অক্ষমতাৰ প্ৰমাণপত্ৰসমূহ পৰবৰ্তী সময়ত দাখিল কৰিব লাগিব, যিটো ৰাজ্য় স্তৰীয় আৰক্ষী নিযুক্তি পৰিষদে ঠিৰাং কৰিব । "


" টকা আৰু ভূৱা প্ৰতিশ্ৰুতিৰে কোনেও অসম আৰক্ষীত চাকৰি দিব নোৱাৰে। কেৱল যোগ্যতা আৰু নিযুক্তি পৰীক্ষাত ভাল প্ৰদৰ্শনেৰেহে চাকৰি পোৱাতো সম্ভৱ। "

ONLINE APPLICATION PORTAL FOR RECRUITMENT OF VARIOUS POSTS UNDER ASSAM POLICE